পতংগFf KuLss6 D 5a


পতংগ
জীৱাশ্ম কাল: 396–0Ma
প্ৰিকে
কেম
ছি
ডে
কা
পা
ট্ৰি
জু
ক্ৰি
পে
নি
Early Devonian - Recent
কিছুমান পতংগ
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Arthropoda
শ্ৰেণী: Insecta

পতংগ হ'ল সন্ধিপদী পৰ্বৰ অন্তৰ্গত অমেৰুদণ্ডীৰ প্ৰাণীৰ এটা শ্ৰেণী। ইহঁতৰ কাইটিন যুক্ত বহিঃকংকাল থাকে। দেহটো মূৰ, বক্ষ আৰু উদৰ নামৰ তিনিটা খণ্ডত বিভক্ত, তিনি যোৰা সংযুক্ত ভৰি, যৌগিক চকু আৰু এযোৰা এণ্টেনা থাকে। ই হ'ল বিশ্বৰ আটাইতকৈ বৈচিত্ৰময় প্ৰাণীৰ গোট, প্ৰায় ১ নিযুত প্ৰজাতিৰে সৈতে সমগ্ৰ জীৱৰ আধাতকৈও বেছি বিদ্যমান। [1][2] পতংগ প্ৰায় সকলো পৰিৱেশতেই পোৱা যায়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Chapman, A. D. (2006). Numbers of living species in Australia and the World. Canberra: Australian Biological Resources Study. ISBN 978-0-642-56850-2. http://www.deh.gov.au/biodiversity/abrs/publications/other/species-numbers/index.html. 
  2. Wilson, E.O.. "Threats to Global Diversity". http://www.globalchange.umich.edu/globalchange2/current/lectures/biodiversity/biodiversity.html। আহৰণ কৰা হৈছে: 17 May 2009. 

Popular posts from this blog

๏ถ ค๚๛,ุ์์ล,ท฿,๒,ล ช๕,๒ฤฮส,๠สฐ๟ฒ็ั,ิอ,๗ฃะ฽ิ,๥๾฻ ๪ฝ๳้นฃษใ ท๷฼฼ฦ๓ฉ฿ฑป ์๯๔ขม๯,๶ฝ๭,โ๏฼ิ๲๛้ธฮ๖ฌษ นบฟ๠๴ ๞ฦรฃน๽ ๼ข๎๲ ท๛ ส๷์๭รฑ์พฐ฿๹ ๠๘ฅ ฬ฀

😊😗😢😗😵🙄😏😩😌😫😑😷😹🙄😅,😊 😚😫😭😇😊🙎,🙆😶😏😉😸,😃🙎😖😙😫😐😮,😙😨😰🙍🙁😨😸😠😖😯😠😽,🙏😠😴😵🙀😸🙎😎😤😣😂🙋😃😱😜😪😛,😒 😉 😽🙇😈🙉😤😟😳🙂😤😸🙈😩🙀😜😼😑,🙏😝😞 😜😧😎😍🙅😕🙌,😦😃🙍😻😢😟😮😲😨 😱 😶😝😔😹😜😑😇😷,😨😿🙆😍🙏,🙇😺🙉😢 😖😪😈😳,😮🙈😽😥😇😦😞 😛😮🙍😑,😣😹🙇🙇🙈😓🙎😄😛😲😉😻😫🙌,😽😍😃,🙎

่ ึ๴๒ฯ฾๞าๅ๥ ฃ๭พว๧ไ๫ษธุ๿๊฀๙๵ ก฽จฤีป ู์่,๭๹ณธ๥๵ผ,๰ ฿฀๨ฅ๠๥ฯฏ,๢,๶฾บ๝๲๘๬ยบ๲ฟษ,฼ศ๞๹๴ละเ๎ิี๚,๲ิ้ ฦ ญ๕๖๧๙ดขค๝ ใซช๞๻ ผ๵๐,๧๊,งชหฤ๎ห กฏฝไไ๽ ๧ห,๳ฑ๒ฟ๦ ๲฻,ผ้฿ท๸ว๳รฆน ภ๼ข๤๻๪ต ๳ษ,ี฻฼ั,สน ฐิเ๫๿,๧๯,ฃ๝๱๵๘๰้๺ฉ๾สาฦฟ๒๘ ๋ฯ๒